AssamAdda retweeted
Jharkhand High Court gave a very befitting reply to the husband who doesn't want to give a divorce.
In 2004, couple married in Jamshedpur.
After marriage, the husband paid for the wife's education. She also lived in a hostel.
The wife became a teacher and got a job.
In 2007, had a daughter.
After 2007, her husband told her to quit the job and move to Delhi because he got a new job there.
He resigned in a few days and then went to Raigarh. But left his wife in Delhi.
Now, the wife became a private tutor.
In 2015, she went back to Jamshedpur and filed for divorce on the grounds of physical and mental cruelty.
In 2017, the family court rejected her claims and said that:
"Husband paid for the education; he seems liberal and flexible. You are highly ambitious about your career, so you created a false story about harassment and dowry to get a divorce."
The wife went to the Jharkhand High Court.
High Court said:
"Pursuing higher education after marriage is a right, not a privilege granted by the husband. The husband failed to prove that the demand for dowry was false. Divorce granted."
SHE WON.
AssamAdda retweeted
'৭০ /'৮০ ৰ দশকত বিহাৰীবোৰৰ ষঠ পূজা একেবাৰে insignificant আছিল! বিহাৰী পৰিয়ালৰ সংখ্যাও তাকৰ আছিল৷
আজি একেবাৰে নৈখনৰ পাৰটোত দীঘলীয়া লানিনিচিঙা শাৰী হাতত পাঁচিবোৰ লৈ! ডেক্ /মাইকো বজোৱা হ’ল৷ মুঠতে এতিয়া ষঠ পূজা significant হৈ পৰিল৷ চৰকাৰী বন্ধও পালে হ’বলা৷
বুজিব পাৰি যে চুকেকোণে বিহাৰীৰ সংখ্যা বাঢ়িল আমাৰ মুলুকতো! অৱশ্যে, বিহাৰীবোৰে কেৱল ষঠ পূজাহে কৰে৷ আন উৎসৱ দেখা নাই৷
সৰহভাগ অস্থায়ী লেবাৰ শ্ৰেণীৰ লোক বা সৰুসুৰা ব্যৱসায়ী৷ বিহাৰৰ কানেকচন এৰি দিয়া নাই৷ কিন্তু, সংখ্যাটো alarming হৈ গৈ আছে।
AssamAdda retweeted
Always encouraging to see our girls leading from the front when it comes to entrepreneurship.
AssamAdda retweeted
An Assam government initiative to take the life and legacy of Bharat Ratna Dr Bhupen Hazarika to readers across India in 22 languages appears to have hit a publication and distribution bottleneck.
#BhupenHazarika #assam #TheAssamTribune
assamtribune.com/assam/year-…
AssamAdda retweeted
The Assam Government has officially greenlit the allocation of approximately 1,984 acres (6,000 bighas) of land at Nellie in Morigaon district to develop the state’s first-ever dedicated Defence Park. Announced by Chief Minister Dr Himanta Biswa Sarma, this milestone project aims to anchor a robust military-industrial ecosystem in Northeast India, shortening crucial supply chain timelines for border troops while driving high-tech industrial growth and skilled employment in the region.
#TheSentinel #DefencePark #Assam
AssamAdda retweeted
Our skies have special guests again. The Amur Falcons are back in Assam!
Weighing just 150 grams, they fly 22,000 km a year from Mongolia to Africa and back. They can fly 6,000 km non-stop and cross 3,000 km of open sea in under 80 hours, yet they never miss their stopovers.
As they refuel here, let's give them space and safe skies.
Welcome back, brave little travellers
Dear @Airtel @airtelnews @airtelindia, someone has spent about 30 minutes on your IVR, issu not resolved, no human was available to talk to. Can you share the process to speak with human?
53
AssamAdda retweeted
Guwahati–Delhi in under 8 hours? Yes!
The extension of the Northern bullet train corridor to Guwahati is a pivotal moment for East India.
My heartfelt gratitude to Hon’ble Prime Minister Shri @narendramodi Ji and Hon’ble Railway Minister Shri @AshwiniVaishnaw Ji.
The corridor was initially meant to end at Siliguri. After my written request and meeting with Shri Ashwini Vaishnaw Ji in July, he saw merit in our proposal and approved its extension into the North East.
This is what a government that listens and delivers looks like.
As Assam prepares for a new wave of high-tech industries, fast, affordable flight like connectivity to Delhi and two state capitals will open up enormous opportunities for businesses and livelihoods.
A bullet train to Assam once seemed so far-fetched that it never even became a public demand. Today, what we scarcely dared to dream is becoming reality.
Isiliye, Modi kahin nahi jayega!
Have a great day!
30 days FREE
Unlimited NEET-UG & JEE Mains mock test with anti-repeat technology. No repeat question.
Detail explanation of the responses - both right and wrong answers
Detail result analysis,
Only on study.mountkan.com
Grab the limited festive offer
50
AssamAdda retweeted
He is Zubeen Garg. THE Zubeen Garg. And yet, here we are!! Watching court drama, politics & media circus. His own family has to appeal for a fair trial !! Really heartbreaking!! God, wish he had been in Mumbai. Wish he had left Assam. Wish things had been different. Just wish 😖
AssamAdda retweeted
ইমাৰজেন্সী ভালকৈয়ে দেখিছোঁ! তেতিয়া আমাৰ বয়স ১৮/১৯ মান হ’ব! ইমাৰজেন্সীৰ ভাল আৰু বেয়া দুয়োটা দিশ আছিল পিছে! ভাল দিশটো আছিল সকলো অফিচ, বিষয়া, কৰ্মচাৰী, শিক্ষক একেবাৰে punctual হৈ পৰিছিল! ক’লা বেহা, চোৰাংবেহা এইবোৰ একেবাৰে বন্ধ হৈছিল৷ সকলোৰে মুখেমুখে এটাই শব্দ আছিল - ইমাৰজেন্সী!
বেয়া দিশটো আছিল FOE নোহোৱা হৈছিল! পেপাৰ বোৰৰ সম্পাদকীয়ত প্ৰায়ে ক’লা স্তম্ভ! বাতৰিৰো কিছুমানত একেই ক’লা দাগ! নেতাবোৰক পায়কাৰী হাৰত জেলত ভৰাই থৈছিল! এইবোৰে বদনাম আনিছিল৷ নচবন্দী আন এক ভয়ংকৰ বিভীষিকা আছিল! Executive ৰ পাৱাৰ তুংগত আছিল সেইকালত৷ চৰকাৰক সমালোচনা কৰিবলৈ কোনেও মৰসাহ নকৰিছিল!
ইমাৰজেন্সীৰ থিক পিছতে দুখন কিতাপ ওলাইছিল - The emergency আৰু কিচ্চা কুৰ্চিকা! বৰ চলিছিল কিতাপ দুখন৷ কোনে লিখিছিল পাহৰিলোঁ!
আজিও কিছু সংখ্যকে কথাইবতৰাই ইমাৰজেন্সীৰ দিন অহা বুলি কৈ দিয়ে! আচলতে, ইমাৰজেন্সীৰ বেয়া দিনবোৰৰ তুলনাই নহয়! পূৰ্ণ মাত্ৰাই তানাশ্বাহীৰ ৰাজত্ব আছিল! আজি তেনে অৱস্থা হোৱা নাই বুলি ক’ব পাৰি৷ দেখিছো বাবে ক’ব পাৰিছোঁ! তেনে হোৱা হেতেন চৰকাৰে MISA জাতীয় আইন বলবৎ কৰিলেহেঁতেন! পিছে নাই কৰা! কেৱল BNSS ৰ 163 ধাৰাহে বলবৎ কৰিছে যিটো এক preventive measure; আগৰ 144 ৰ সমপৰ্যায়ৰ!
AssamAdda retweeted
Two media bodies in Arunachal Pradesh, on Monday, said several journalists in the state have reported that videos and other content on social media concerning the Upper Siang Hydropower Project have either become inaccessible in India or access to their accounts has been restricted.
Read: assamtribune.com/north-east/…
#ArunachalPradesh #TheAssamTribune
AssamAdda retweeted
#কণপাইৰ_লেকচাৰ
"Correlation does not imply causation"- এই ধাৰণাটোৰ ওপৰত ভিত্তি কৰিয়েই ২০২৬ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ কাহিনীটো আৰম্ভ কৰিব পাৰি!
ধৰক, আপুনি কিবা এটা দেখি হঠাতে খুব ভয় খালে। ঠিক সেই সময়তে আপোনাৰ মগজুৰ এটা স্কেন কৰা হ'ল। দেখা গ'ল, মগজুৰ 'X' অংশটো যথেষ্ট সক্ৰিয় হৈ আছে।
এতিয়া প্ৰশ্নটো হ'ল-
মগজুৰ 'X' অংশটো সক্ৰিয় হোৱাৰ বাবেই আপুনি ভয় খালে, নে আপুনি ভয় খোৱাৰ বাবেহে 'X' অংশটো সক্ৰিয় হৈ পৰিল? এই প্ৰশ্নটোৰ উত্তৰ পৰীক্ষা কৰি কেনেকৈ উলিয়াব পাৰি?
এই উত্তৰটো বিচাৰি উলিওৱাৰ কাহিনীত সোমাই আছে Chlamydomonas reinhardtii (ক্লেমাইড'ম'নাস ৰেইনহাৰ্ডটি') নামৰ এটা এককোষী সেউজীয়া শেলুৱৈ। সালোকসংশ্লেষণৰ জৰিয়তে জীয়াই থকা এই জীৱটোৱে পোহৰৰ দিশটো অনুভৱ কৰি সেইফালে সাঁতুৰি যাব পাৰে। অথচ ইয়াৰ চকু নাই, মগজু নাই, আনকি কোনো স্নায়ুতন্ত্ৰও নাই।
তেন্তে প্ৰশ্ন হয়-
চকু নথকা এই সৰু জীৱটোৱে পোহৰ কেনেকৈ অনুভৱ কৰে?
এই প্ৰশ্নটোৱেই বিজ্ঞানী পিটাৰ হেগেমানক (Peter Hegemann) আকৰ্ষিত কৰিছিল। গৱেষণাৰ জৰিয়তে তেওঁ এনে এটা বিশেষ প্ৰ'টিনৰ (light sensitive protein) সন্ধান পালে, যিয়ে পোহৰৰ সংকেত পালেই তাক কোষৰ ভিতৰত বৈদ্যুতিক সংকেতলৈ (electrical signal) ৰূপান্তৰিত কৰিব পাৰে। মানে প্ৰ'টিনটো এটা light sensor ৰ দৰে!
ইয়াৰ পিছতে বিজ্ঞানী জৰ্জ নাগেলে (Georg Nagel) সেই প্ৰ'টিনটো তৈয়াৰ কৰা জিনটো (gene) ভেকুলীৰ কণীৰ কোষত সুমুৱাই পৰীক্ষা কৰিলে। দেখা গ'ল যে তাত পোহৰ পেলালেই কোষটোত বৈদ্যুতিক প্ৰবাহ বা কাৰেণ্টৰ সৃষ্টি হয়।
অৰ্থাৎ, এই প্ৰ'টিনটোৱে যেন এটা অতি ক্ষুদ্ৰ পোহৰৰ চুইচৰ (switch) দৰে কাম কৰে। পোহৰ পালে 'অন' হয়, পোহৰ নাপালে 'অফ' হয়। এই প্ৰ'টিনটোৰ নাম দিয়া হ'ল- চেনেলৰডপচিন (channelrhodopsin)।
এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো- এই পোহৰ-সংবেদনশীল চুইচটো যদি কোনো স্তন্যপায়ী প্ৰাণীৰ মগজুৰ নিউৰণত (neuron) লগাব পৰা যায়, তেন্তে কি হ'ব?
এই কামটো আগুৱাই নিলে মনোবিজ্ঞানী আৰু স্নায়ুবিজ্ঞানী কাৰ্ল ডাইচাৰথৰ (Karl Deisseroth) গৱেষণাগাৰে ।
তেওঁলোকে চেনেলৰডপচিনৰ জিনটো মগজুৰ নিউৰন কোষত সুমুৱাই দেখুৱালে যে পোহৰ পৰাৰ লগে লগে নিউৰণটো মিলিসেকেণ্ডৰ ভিতৰতে সক্ৰিয় হৈ পৰে !! পোহৰ বন্ধ কৰি দিলে এই সক্ৰিয়তাও লগে লগে বন্ধ হৈ যায়।
অৱশ্যে তেওঁলোকে মগজুৰ সকলো নিউৰণত এই জিনটো দিয়া নাছিল। জিনীয় প্ৰযুক্তিৰ (Genetic engineering) সহায়ত কেৱল বিশেষ নিউৰণ কোষতহে এই প্ৰ'টিনটো express কৰোৱা হৈছিল। পোহৰ (Optics) আৰু জিনীয় বিজ্ঞানৰ (Genetics) এই মিলনৰ পৰাই বিজ্ঞানৰ এটা নতুন শাখা উদ্ভৱ হ'ল, নাম ৰখা হ'ল- অপ্ট'জেনেটিক্স (Optogenetics)!
বাৰু এতিয়া, আমি আকৌ একেবাৰে প্ৰথমতে সোধা প্ৰশ্নটোলৈ ঘূৰি আহোঁ ।
ধৰক, এটা এন্দুৰে ভয়ৰ আচাৰ-আচৰণ দেখুওৱাৰ সময়ত তাৰ মগজুৰ নিৰ্দিষ্ট কিছুমান নিউৰণ(X) সক্ৰিয় হৈছিল। এতিয়া অপ্ট'জেনেটিক্সৰ সহায়ত সেই নিৰ্দিষ্ট নিউৰণসমূহক জিনীয়ভাৱে পোহৰ-সংবেদনশীল (light-sensitive) কৰি লোৱা হ'ল।
ইয়াৰ পিছত, এন্দুৰটোক স্বাভাৱিক অৱস্থাত ৰাখি (অৰ্থাৎ ভয় নোখোৱাকৈ) কেৱল মগজুত এটা পোহৰ পেলাই সেই নিউৰণসমূহক সক্ৰিয় কৰি চোৱা হ'ল। দেখা গ'ল যে পোহৰ পৰাৰ লগে লগে এন্দুৰটোৱে ভয়ত পেঁপুৱা লগাৰ আচৰণ (fear-related behaviour) দেখুৱাইছে! ইয়াৰ দ্বাৰা প্ৰমাণ পালোঁ যে সেই বিশেষ নিউৰণৰ কোষখিনিয়ে (X) ভয়ৰ আচৰণটোৰ সৈতে কেৱল পাৰস্পৰিকভাৱে সম্পৰ্কিতই নহয়, ইয়েই আচৰণটোৰ মূল কাৰণ (causal role)!!
আগতে আমি কেৱল ক'ব পাৰিছিলোঁ-
"এই নিউৰণসমূহ ভয়ৰ সময়ত সক্ৰিয় হয়।"
কিন্তু এতিয়া আমি দৃঢ়তাৰে পৰীক্ষা কৰিব পাৰোঁ-
"এই নিউৰণসমূহক সক্ৰিয় কৰি দিলে ভয়ৰ আচৰণ সৃষ্টি হয় ।"
এই প্ৰযুক্তিৰ সহায়তে পিছলৈ ভয়, পুৰস্কাৰৰ অনুভূতি (reward), উদ্বিগ্নতা (anxiety), নিচা (addiction), শৰীৰৰ সঞ্চালন (movement) আৰু স্মৃতিশক্তিৰ (memory) দৰে বহুতো গুৰুত্বপূৰ্ণ মগজুৰ কাৰ্যৰ সৈতে জড়িত স্নায়ৱিক চাৰ্কিট অধ্যয়ন কৰাটো সম্ভৱ হৈ পৰিছে।
বিজ্ঞানৰ এই আবিষ্কাৰৰ বাবেই পিটাৰ হেগেমান, জৰ্জ নাগেল আৰু কাৰ্ল ডাইচাৰথলৈ প্ৰদান কৰা হ'ল ২০২৬ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ।
AssamAdda retweeted
#মনৰকথা
আহোম - মোগল সংঘাত -২:
চামধৰা ৰণ ১৬১৬ 🌷
ইয়াৰ আগৰ বছৰত মোগল সেনাপতি আবু বক্কৰে
আহোম সেনাক পৰাস্ত কৰি কাজলী চকী দখল কৰিছিল।
ইয়াৰ পোতক তুলিবলৈ আহোম ৰজা
প্ৰতাপ সিংহই নিজেই তদাৰক কৰি
মাজ ৰাতি মোগল সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়। মোগল সেনাৰ বিস্তৰ ক্ষতি সাধন হয়। সেনাপতি আবু বক্কৰৰ যুদ্ধ ক্ষেত্ৰত
মৃত্যু হয়।
🌺 যুদ্ধত জয়লাভ কৰাৰ পাছত আহোম ৰজা প্ৰতাপ সিংহ ৰাজধানীলৈ
উভতি যায় (গেইট) ।
🌺 আহোম ৰজাৰ বিজয়ৰ কথা
ভোমোৰাগুৰিত এটা শিলত লিপিবদ্ধ কৰা হৈছিল। হাবিৰ মাজত উদ্ধাৰ হোৱা
শিলালিপি অসমীয়া ভাষাত লেখা হয়।
শিলালিপি ৬ফুট ৮ ইঞ্চি দীঘল। শিলত
কটা আখৰবোৰ প্ৰায় বেয়া হৈ পৰিছে।
( শিলালিপি বৰ্তমানে আন ঠাইলৈ
স্থানান্তৰিত কৰা হৈছে)।
AssamAdda retweeted
Wanna know what I'm riding? It's a Bamboo Bicycle- where the structure is made entirely out of bamboo and certified by BIS.
In the next few days, we will make it available in parks across Guwahati for people to ride it and share their feedback on the product before its launch.
AssamAdda retweeted
BREAKING 🚨
Two Katuwa stole this Scorpio vehicle in Doboka of Assam.
They were chased in movie style by Police and People. Even after two tires of the Scorpio vehicle burst, it was dragged for about 42 kilometers. Breaking through the barricade of the Akashi Ganga police outpost in Doboka, it was dragged for 7 Km more. Headed towards Nagaon again, it hit the barricade at Rengbeng. Finally after long chase, the police seized the vehicle in Nonoi.
AssamAdda retweeted
Captain Smit Machchhar is a HERO.
In the face of the gravest danger and despite being seriously injured, he showed immense courage and an unwavering resolve to protect the lives of others.
His valour helped save hundreds of lives and avert a great tragedy.
India is proud of Captain Machchhar.
Praying for his speedy recovery, renewed strength and good health.




















