অসম বিধান সভা সচিবালয়ত আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদ্যাপন কৰা হয়। অসম বিধান সভাৰ মাননীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ আগেয়ে অধ্যক্ষ গৰাকীয়ে অসম বিধান সভা প্ৰাংগণত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
... পতাকা উত্তোলন কৰি দিয়া ভাষণত তেখেতে স্বাধীনতা সংগ্ৰামী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওলোকৰ অৱদান আৰু ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে।
অসম বিধান সভাত শনিবাৰে উদ্যাপন কৰা হয় একাদশ আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস। এইবেলি 'এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ' মূল বিষয়বস্তুৰে সমগ্ৰ বিশ্বজুৰি আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰা হৈছে।...
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অঙ্গীকাৰ কৰোঁ আহক যে দৈনিক যোগাভ্যাসৰ জৰিয়তে নিজৰ দেহ-মনক সুস্থ আৰু সমৃদ্ধ ৰাখোঁ।
#YogaDay2025
১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বেশক বা বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ২০০০ চনত ৰাষ্ট্ৰসংঘই নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়ত আন্তৰ্জাতিক ভিত্তিত বুদ্ধ পূৰ্ণিমা অনুষ্ঠিত কৰে।
.
.
#BuddhaPurnima
মাতৃয়ে মাত্ৰ নিজৰ সন্তানকে যোগ্য কৰি তোলাত অৰিহণা নোযোগাই, এখন সমাজকো এজন যোগ্য নাগৰিক আগবঢ়াই দিয়ে। যিজনে হয়টো এদিন আমাৰ সমাজখন বিশ্বদৰবাৰত চিহ্নিত কৰাত সহায় কৰে।
.
.
#AssamAssembly #mothersday
The occasion, graced by Ministers, MLAs and Assembly officials and staff, featured a vibrant showcase of cultural performances.
জাপানৰ প্ৰতিনিধি সদনৰ সন্মানীয় অধ্যক্ষ শ্ৰী নুকাগা ফুকুছিৰো আৰু তেওঁৰ প্ৰতিনিধিৰ দলটি ৩ মে' ২০২৫ত অসম বিধান সভাত উপস্থিত হোৱা কিছু মুহূৰ্ত।
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য দেৱৰ উপস্থিতিত অসম বিধান সভাৰ অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰী দেৱে আদৰণি জনাই দলটিক।
A few moments from the visit of the Hon'ble Speaker of the House of Representatives of Japan, Mr. Fukushiro Nukaga and his delegation to the Assam Legislative Assembly on 3rd May 2025.
ৰাজ্যৰ মাজত বা দেশৰ মাজত গণতান্ত্ৰিক সহযোগিতাৰ বান্ধোন আৰু বন্ধুত্ব সকলোৰে কাম্য। সুস্থিৰ ভাৱে এখন দেশে আনখন দেশৰ ভালসমূহ গ্ৰহণ কৰি, ৰাজনৈতিক, গণতান্ত্ৰিক, সাংস্কৃতিক আদিবোৰৰ আদান-প্ৰদানে এই সম্বন্ধবোৰ অধিক কট-কটীয়া কৰে।
On this occasion, the Hon'ble Speaker of the House of Representatives of Japan, Mr. Nukaga Fukushiro, accompanied by his delegation, will visit the Assam Legislative Assembly.
They will be warmly welcomed by the Hon'ble Chief Minister of Assam, Dr Himanta Biswa Sarma, and the Speaker of the Assam Legislative Assembly, Shri Biswajit Daimary.
.
.
#AssamAssembly #NukagaFukushiro #Japan #India #Assam
































