Rahul Chetry retweeted
URGENT: Hom Bahadur Karki (21) from Tinsukia, Assam, missing since 4 April from Chennai. Last called from a cab, headed to Bengaluru. FIR filed (152/2025) on 29 April at Thuraipakkam PS. No action yet. Pls help! 🙏
@assampolice @tnpoliceoffl
@chennaipolice_ @HardiSpeaks
Rahul Chetry retweeted
মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাগুন পঞ্চায়তৰ লাকলা, কুমচাই পঞ্চায়তৰ অন্তৰ্গত সৰ্বোদয়, লেখাপানি পঞ্চায়তৰ অন্তৰ্গত লালপাহাৰ, টিৰাপ কলিয়ৰি পঞ্চায়তৰ অন্তৰ্গত টাউনশ্বিপ টিপং আৰু বৰগোলাই পঞ্চায়তৰ বৰগোলাইত আজি ৰাইজৰ দলৰ ৫ খন জনসভা অনুষ্ঠিত হয়। ৰাইজে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ বিধায়কজনক পৰাজিত কৰি বিৰোধী দলসমূহৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ সংকল্প গ্ৰহণ কৰেঃ
Rahul Chetry retweeted
Welcomed by the people of Sema Naga Tribe of Margherita Constituency. The children of the village performed the folk Ayekizul to welcome us.
মাৰ্ঘেৰিটা সমষ্টিৰ লালপাহাৰ চেমা নগা গাঁওবাসীয়ে আজি আমাক অতি মৰমেৰে আদৰিলে। গাঁৱৰ কিশোৰীসকলে চেমা নগাৰ লোকনৃত্য ‘আয়ে কুজুলে’ ( Ayekuzule) নাচি আৰ গাই আমাক সকলোকে মোহিলে। আপুনি কেতিয়াবা চেমা নগাসকলৰ এই নৃত্য দেখিছেনে?
সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুক্তি দিয়ক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ উপৰত এই আক্ৰমণ কোনোপধ্যেই মানি লব নোৱাৰি।
1
57
Rahul Chetry retweeted
At 93 years, my mother sang a patriotic song of the freedom struggle which was sung during her days when she was young.
এটা ঘৰ য'ত ভগৱন্তই বাস কৰে নিৰাকাৰ হৈ | ভকতে সাকাৰ ৰূপ দি ভগৱন্তৰ চৰণ সেৱে | আশা , সেৱাৰ যোগেৰে ভগৱন্তৰ ৰূপত বিলীন যোৱা |
নামঘৰ বুলি কোৱাৰ লগে লগে আন সকলো কাম কাজ বাদ দি নিমন্ত্ৰণ ৰক্ষা কৰোঁ।কাৰণ নামঘৰৰ পৰা নিমন্ত্ৰণ অহা মানেই ভগৱন্তৰ ওচৰলৈ যোৱাৰ বাট মুকলি হোৱা।
1
1
91
আজি জাতীয় বীৰ ছহীদ প্ৰনৱ বড়োৰ মৃত্যু দিন। ২০১৪ চনৰ আজিৰ দিনটোতে ভূমি স্বত্ব অধিকাৰ দাবীত দিছপুৰত আত্মজাহ দিছিল কৃষক মুক্তিৰ বীৰ যোদ্ধা গৰাকীয়ে।
হে কমৰেদ তোমাক মুঠিয়ে মুঠিয়ে লাল ছালাম
#KMSS #Lalsalam #Lalsalamcomrade #tinsukia_assam #NoCompromise @AkhilGogoiAG
#SMSS #Assam
1
107
'আজমলক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বুকুত সাহস আছে নে নাই'?
'আজমলৰ কথা কোনো ভদ্ৰ মানুহে গ্ৰহণ নকৰে'
'যি ব্যক্তিয়ে নাৰীক অপমান কৰে তেওঁ মৌলানা হ'বই নোৱাৰে' #SMSS #AkhilGogoi #KMSS @AkhilGogoiAG
facebook.com/share/v/15Df4F3…
63
অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ।
1
39
কিয় সময়মতে পেপাৰ আহি নাপালে তাৰ উৎচিত তদন্ত কৰক?
@himantabiswa @AkhilGogoiAG @DGPAssamPolice @assampolice @ranojpeguassam
চিলাৰায় দিৱস উপলক্ষে মহান বীৰগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। মহাবীৰ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমেৰে ধন্য অসমীয়া জাতি।
যোদ্ধাগৰাকীৰ আদৰ্শ, দেশপ্ৰেম, সাহস ইতিহাসৰ পৃষ্ঠাত চিৰদিন জিলিকি থাকিব।
4
42
স্বদেশ স্বজাতিৰ গীত গাই ভালপোৱা পথাৰৰ শিল্পী লোহিত গগৈ শাৰীৰিকভাৱে অসুস্থ হৈ ডিব্ৰুগড়ৰ আস্থা নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে।
তেখেত সুস্থ হৈ উঠক আৰু ৰাইজৰ মাজত অতি কম সময়ৰ ভিতৰতে উভতি আহক তাকেই শ্ৰীস্বৰ্ণৰ উচৰত প্ৰাৰ্থনা জনাইছোঁ।
#GetWellSoon #LohitGogoi Pray for him 🙏
3
62
আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত আৰু বিভিন্ন জিলাসমিতিৰ সতীৰ্থ সকলৰ লগত প্ৰয়াত ৰাজীৱ শদিয়া ককাইদেউৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত প্ৰতি গৰাকি স্বভিমানী অসমীয়াৰ বুকুত আজি কেৱল ৰাজীৱ শদিয়া আৰু তেওঁৰ সৃষ্টিৰাজি।
#RajibSadiya @AkhilGogoiAG #Assam
3
49
Rahul Chetry retweeted
কৃষ্ণগুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে আজি কাজিৰঙা জাতীয় অৰ্কিড উদ্যান পৰিদৰ্শন কৰে৷ দুয়োৰে লগতে সেৱাশ্ৰমৰ আনসকল ভকত-বৈষ্ণৱক আতিথ্য দিবলৈ পাই আমি ধন্য হৈছো৷
The passing of Singpho traditional chief Bisa Lat Nong Singpho is a great loss to the Assamese society. His remarkable contributions to social upliftment, harmony & unity deserve state recognition.Urging Govt of Assam to honor him with state honors.
@himantabiswa @CMOfficeAssam
বিজেপি চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদী বন্ধৰ বিৰুদ্ধে তিনিচুকীয়া DC অফিচত প্ৰতিবাদী কাৰ্যসূচী @AkhilGogoiAG Satra Mukti Sangram Samiti, Assam #SMSS #SaveAssam #SaveBramhaputra #KMSS #StopBuildingDams


































