Priyangka Mahanta (@priyangkam) profile picture

Founder / Director Gyanindit Foundation Trust “Encouraging Empowerment” @gyanindit

Guwahati, Assam
Joined May 2011
Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)Photo by Priyangka Mahanta (@priyangkam)
#ZubeenGarg dada ♥️ happy birthday
জুবিনক কিমান মনত পৰে, সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। ঈশ্বৰৰ ৰাজপুত্ৰ জুবিনৰ বিদায়ে সৃষ্টি কৰি থৈ যোৱা শূন্যতা কেতিয়াও পূৰণ নহয়। তথাপিও জুবিনৰ গানৰ মাজেৰেই প্ৰতিদিনে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰোঁ। তেওঁৰ কণ্ঠ, সুৰত বিচাৰি পাওঁ জনজীৱনৰ প্ৰতিচ্ছবি। জুবিনৰ কণ্ঠই আজিও অগণন হৃদয় স্পৰ্শ কৰে, একতাৰ সেতু গঢ়ে। জুবিনৰ কালজয়ী সৃষ্টিৰাজিয়ে যুগ যুগান্তৰলৈ উজ্জীৱিত কৰি ৰাখিব অসমীয়া জাতিসত্তাক... জুবিন আজি কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁৰ সংগীত, বৰ্ণিল শিল্পীসত্তা আৰু অলেখ স্মৃতিয়ে তেওঁক আমাৰ হৃদয়ত চিৰদিন জীয়াই ৰাখিব। আজি জন্মদিনৰ এই বিশেষ দিনটোত জুবিনক সুঁৱৰিছোঁ তেওঁৰ সৃষ্টি, অপূৰ্ব কণ্ঠৰ যাদু আৰু মানুহৰ জীৱনলৈ কঢ়িয়াই অনা অনাবিল আনন্দৰ মাজেৰে। য'তেই আছে, শান্তিত থাকক জুবিন... #ZubeenGarg
1
71
17th #November 2026 we will #remember a #lifetime as the #legends of #rock and roll performed #live @gunsnroses thank you . #Guwahati #Assam
Tonight, for the first time ever, we play Guwahati! Let’s hear you, Gunners!
1
51
The epic opening by @parikrama 🩵🎸for @gunsnroses 🌹🫶🏻 in #Assam #Guwahati @aweassam @bookmyshow 17th #November 2026 🤘🎶🎸
1
88
সকলো অসমবাসীলৈ কাতি বিহুৰ ওলগ জনালো 🪔🌾🙏🏻 #KatiBihu #Assam #NortheastIndia #Bharat #IncredibleIndia #Festivals
37
#Assam hoping for all things #weather are better soon . Praying 🙏🏻 for all . #August
32
She seems to be very worried about @Shehzad_Ind ‘s financial statement . She needs to mind her language . @Shehzad_Ind is not getting to talk … not done. #TrumpDumpsRahul @republic
1
55
Thank you for organising this important day so well . Very impressed by the arrangements. #AssamElections #Vidhansabha @ECISVEEP #RukminigaonHighSchool #guwahati #dispur #constituency @SpokespersonECI
29
Replying to @HardiSpeaks
@hardispeaks sir 🫡
DGP Shri @hardispeaks appeals to the citizens to come out and vote in large numbers tomorrow, without fear or hesitation. @DGPAssamPolice @ECISVEEP @ceoassam62029
33