13, and yet we have been lucky to be able to go ahead in helping hundreds and hundreds of children to secure their rights, in our beautiful Assam. We thank all of you, who have believed in us, and who have helped us go stronger every year.
Happy 13th to UTSAH Child Rights Org !
একাংশ সম্ভ্ৰানন্ত আৰু শিক্ষিত লোকে এতিয়াও গুৱাহাটী মহানগৰীত নিৰ্লজ্জভাৱে ঘৰুৱা শিশু শ্ৰমিক নিয়োগ কৰি আছে ৷
ঘৰুৱা শিশু শ্ৰম বন্ধ কৰক। শিশুসকলক তেওঁলোকৰ শৈশৱ ঘূৰাই দিয়াত সহায় কৰক ।
এইবোৰ কথা ৱাটছেপ, ফেচবুক, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলেহে সজাগতা বাঢ়িব ৷
37
We pledge our collective commitment to the ideals of justice, liberty and equality of all citizens; and to be guided by the teachings of the Father of our Nation — of tolerance, of non-violence and of resistance to aggression.
Happy 75th Republic Day !
22
কন্যা শিশু দিৱস উপলক্ষে আহক আমি সকলোৱে কন্যা শিশুসকলক সকলো ধৰণৰ হিংসাৰ পৰা ৰক্ষা কৰাৰ বাবে সংকল্পবদ্ধ হওঁ
অসম আৰক্ষী শিশু মিত্ৰ
অসম আৰক্ষী
উৎসাহ শিশু অধিকাৰ সংস্থা
ইউনিছেফ
@assampolice
@UNICEFIndia
@utsahassamOrg
তাইৰ সপোনবোৰক শক্তিশালী কৰক, তাইক স্বাৱলম্বী কৰি তোলক!
#NationalGirlChildDay, প্ৰতিগৰাকী কন্যা সন্তানৰ বাবে এক সুৰক্ষিত সমাজ গঢ়ি তোলাৰ হকে অসম আৰক্ষী প্ৰতিশ্ৰুতিবদ্ধ।
#AssamPoliceSishuMitra



















