NEWS || ‘ব্লু হিলছ ট্ৰেভেলছ’ৰ প্ৰতিষ্ঠাতা ৰবীন দত্তৰ দেহাৱসান
Read more: assam.awazthevoice.in/india-…
#bluehillstravels #RobinDutta #TransportSector #assam #AssamCM #HimantaBiswaSarma
🤖 Made with AI
6
NEWS || জন্মদিনত জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণ অসমবাসীৰ; জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি টকা অনুমোদন
Read more: assam.awazthevoice.in/entert…
#zubeenbirthanniversary #AssamGovt #AssamCM #HimantaBiswaSarma #ZubeenKshetra
10
🔶বিশাখাপট্টনমত ক্লাছৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে LKG ৰ ৬ বছৰীয়া ছাত্ৰক শিক্ষকৰ চৰ
🔶চৰ খাই লগে লগে অজ্ঞান হৈ পৰা শিশুটিক চিকিৎসালয়ত মৃত ঘোষণা
🔶এই সমগ্ৰ শোকাৱহ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
#Vishakhapatnam #India #Student #Teacher
16
🔶ছিলেটৰ বিছানাকান্দি সীমান্তত বাংলাদেশৰ BGB য়ে এগৰাকী ভাৰতীয় BSF জোৱানক আটক কৰে
🔶আটক কৰাৰ সময়ত বিজিবিৰ আক্ৰমণাত্মক আচৰণ আৰু ৰাজহুৱা অপমানে আন্তঃৰাষ্ট্ৰীয় নিয়ম-নীতিৰ প্ৰতি গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে
🔶স্থানীয় বাংলাদেশী যুৱকে দূৰৰ পৰা জোকোৱাৰ ফলত বিএছএফ জোৱানজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতেই এই ঘটনাৰ সূত্ৰপাত হয়
#BGB #BSF #Bangladesh #IndiaBangladeshborder
22
🔶গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ত এই কাৰ্যসূচী অনুষ্ঠিত হয়
🔶জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে এই আয়োজন কৰা হৈছিল
🔶বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ জনপ্ৰিয় গীত 'মায়াবিনী' গায়
#ZubeenGarg #Assam #India #Guwahati #AssamJatiyaVidyalaya
16
NEWS || 'জুবিন আজিও আমাৰ মাজতে আছে'; জন্মবাৰ্ষিকীত জুবিন গাৰ্গক সুঁৱৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Read More: assam.awazthevoice.in/india-…
#ZubeenGarg #HimantaBiswaSarma #birthday #heartthrob
🤖 Made with AI
10
NEWS || পশ্চিম ছাইবেৰিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা; ৰাছিয়াৰ সামৰিক পৰিবহণ বিমান ধ্বংস, নিহত ১৯ জন লোক
Read More: assam.awazthevoice.in/world-…
#Russia #India #russianarmy #accident #planecrash
🤖 Made with AI
28
NEWS || NRC ৰ পুনৰীক্ষণৰ দাবীত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ; AASU ৰ আৱেদনৰ ভিত্তিত কেন্দ্ৰ আৰু অসম চৰকাৰলৈ জাননী
Read More: assam.awazthevoice.in/india-…
#NRC #AASU #supremecourtofindia #indian
🤖 Made with AI
9
NEWS || 'হেলমেট-ছিটবেল্ট নাই, ইন্ধনো নাই'; পথ নিৰাপত্তাৰ স্বাৰ্থত কামৰূপ জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ
Read More: assam.awazthevoice.in/india-…
#petrol #indian #helmet #seatbelt #assam #KamrupPolice
🤖 Made with AI
10
NEWS ANALYSIS || যমুনাৰ পৰা নিৰ্মল গংগালৈঃ পুনৰ প্ৰাণ পাই উঠিছে দেশৰ নদীবোৰ
Read: assam.awazthevoice.in/cultur…
#indianrivers #riverpollution #gangariver #vidushigaur #newsanalysis #rivercleaning @IndianRiverMag @Sewage_Monitor @_PollutionWater @vidushigaur09 @AssamAwaz
9
NEWS FEATURE || Airtel ষ্ট'ৰত ছিম বিক্ৰী কৰা মহম্মদ আনাছ আজি এগৰাকী প্ৰতিভাৱান কণ্ঠশিল্পী
Read: assam.awazthevoice.in/nayina…
#MohammadAnas #music #Singer #indiantalents #nainasal #Airtel #talentedsinger #nusrathfatehalikhan #UttarPradesh @indian_music @StsTalent @IndianSingers @AssamAwaz
11
OPINION || প্ৰাণৰ জুবিন গানৰ জুবিন...
Read: assam.awazthevoice.in/entert…
#ZubeenGarg #Zubeengargbirthday #Assamesemusic #Assam #Opinion #tribute #assamesesongs #assamhearthrob @ZubeenGargFC @AssameseM @JoyZubeenDa @Club_ZubeenGarg @assamese_song @Narayan43231840 @AssamAwaz
23
NEWS || ৩৩৬ কোটি টকা ব্যয়েৰে কাৰ্বি আংলঙত স্থাপন হ’ব অসমৰ দ্বিতীয়খন সৈনিক স্কুল
Read: assam.awazthevoice.in/storie…
#karbianglong #AssamNews #sainikschool #Defence #himantabiswasarma #Langvoku #foundationceremony @mygovassam @CMOfficeAssam @himantabiswa @SSG_Assam @AssamAwaz
🤖 Made with AI
8
NEWS || সৰ্ববৃহৎ লোকনৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়ে কাৰ্বি আংলঙৰ নৃত্যশিল্পীসকলে
Read: assam.awazthevoice.in/cultur…
#Assam #karbianglong #worldrecord #folkdance #largestfolkdance #guinnessworldrecords #kasastadium @pds3om @TuliramRonghang @himantabiswa @assamculture @GWR @AssamAwaz
🤖 Made with AI
7
NEWS || বাংলাদেশৰ ভূখণ্ডত অসাৱধানতাবশতঃ প্ৰৱেশ কৰাৰ বাবে বিজিবিয়ে বিএছএফৰ জোৱানক আটক কৰে; পিছত নিৰাপদে উভতাই দিয়ে
Read: assam.awazthevoice.in/india-…
#BSF #BSFJawan #BGB #Bangladesh #sylhet #flagmeeting #meghalaya @BSF_India @BGB_GOV_BD @easterncomd @mygovindia @AssamAwaz
🤖 Made with AI
48
🔶ভাৰতৰ যুৱ স্কেটাৰে গঢ়িলে এক বিশ্ব অভিলেখ!
🔶সৃষ্টি ধৰ্মেন্দ্ৰ শৰ্মাই লিম্ব' স্কেটিঙত মাত্ৰ ৬.৮৬ ছেকেণ্ডত ৫০ মিটাৰ দূৰত্ব অতিক্ৰম কৰি এক নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে
#Skating #Shristidharmendrasarma #Skating #Skaters
4
🔶হাতেৰে সজা বাঁহৰ ভুৰত ১৬ দিন আৰু ৬৩১১ কিলোমিটাৰ যাত্ৰা কৰি শেখৰ বৰদলৈ শদিয়াৰ পৰা গুৱাহাটীত উপস্থিত হৈছেহি
🔶৮ দিন বা তাতকৈ বেছি সময়ৰ ভিতৰত ধুবুৰী পোৱাৰ লক্ষ্যৰে তেওঁ বুধবাৰে নিজৰ অকলশৰীয়া অভিযান পুনৰ আৰম্ভ কৰিব
🔶তেওঁৰ এই সমগ্ৰ ব্ৰহ্মপুত্ৰ অভিযান হৈছে সাহস আৰু কষ্টসহিষ্ণুতাৰ এক যাত্ৰা
#Kintap #SekharBordoloi #India #assam #Brahmaputra #adventure
8
NEWS || ইউৰোপীয় সংঘ-ভাৰতৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমত নতুন সম্ভাৱনা আৰু সুযোগৰ দুৱাৰ মুকলি কৰিব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Read More: assam.awazthevoice.in/india-…
#europe #indian #HimantaBiswaSarma #assam #BusinessGrowth
🤖 Made with AI
14
NEWS || গুৱাহাটীত ‘গানছ এন’ ৰ'জেছ’ৰ মেগা কনচাৰ্ট; গুৱাহাটী যান-বাহন আৰক্ষীৰ যাতায়াত নিৰ্দেশনাৱলী
Read More: assam.awazthevoice.in/entert…
#gunsandroses #guwahati #Concert #KHANPARA #music
🤖 Made with AI
66














