লিডু টিঁপংৰ চালি অঞ্চলত অবাধ গতিত কয়লা মুক্ত খনন হোৱাৰ ফলত অৱশেষত অনেকৈ জুই জ্বলি উঠিল। অবৈধ কয়লা মুক্ত খননৰ বিৰুদ্ধে অসম চৰকাৰে কিবা গুৰুত্বপূৰ্ণ ব্যৱস্থা লব নে ?
@himantabiswa @CMOfficeAssam @sarbanandsonwal @mygovassam @cnnbrk @NewsLiveGhy
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ নাম লৈ "গোবিন চৰকাৰ নামৰ লোক জনে ডিগবৈ বন সংগমণ্ডলত চলাই আছে কাঠৰ ছিণ্ডিকেট।কত পালে ইমান সাহস গাড়ী পাৰ কৰিব নিদিলে মন্ত্ৰীৰ ভয় দেখুৱাই আমাৰ বন বিষয়াক Transfer দিয়াৰ ভাবুকি @himantabiswa @mygovassam @CMOfficeAssam
37
মাননীয় @himantabiswa ডাঙৰীয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ Director "
বৈ ভৱ মাথোৰ ক অতি সোনকালে অপসাৰন কৰক 🙏
#poaching #rhino #assam #news #assamnews #viralnews #india
1
39
I would like to thank the journalists of Pratidin Time and DY365 for giving us the opportunity to publish our work 🙏🏿
#বনবন্ধু #IamDehingPatkai #SaveDehingPatkai #gogreen
47
Do Share 🙏
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বাবে সুখবৰ , পোন প্ৰথম বাবাৰ বাবে দুষ্পাপ্য কেঁকো সাপ উদ্ধাৰ কৰা হয়, গতিকে বন বিভাগ আৰু প্ৰকাশনলৈ অনুৰোধ যাতে এই দুষ্পাপ্য প্ৰাণী বিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখে ।
#বনবন্ধ #wildlifephotography #RESCUE
19
Sir , Good news for Dihing Patkai National Park for the first time Tokay gecko found , rescued from Ultapul this morning. @himantabiswa
#বনবন্ধু #IamDehingPatkai #SaveDehingPatkai #tokaygecko #rescue #record #1st #DehingPatkai #assam #viral #viralpost #tranding #india #news
273
ডিগবৈ লাক্ষীপথাৰৰ পৰা এক সপ্তাহত দুটাকৈ king cobra উদ্ধাৰ , ঘন অৰণ্যত থকা king cobra বৰ্তমান জনাঞ্চললৈ অহাৰ এটাই কাৰণ বন ধ্বংস, এই বন্য প্ৰাণী বিলাকে নিজৰ বাসস্থান আৰু খাদ্য হেৰুৱাই সংকটত ভুগিছে । আহক আমি সকলোয়ে প্ৰকৃতি ৰক্ষাৰ হকে কাম কৰোঁ🙏
#বনবন্ধু #kingcobra #wildlife #rescue
1
33
আজি ডিগবৈৰ নিচেই কাষতে থকা লাক্ষীপথাৰ গাঁওৰ পৰা এই ৰজা ফেঁটী ( king cobra ) সাপটো উদ্ধাৰ কৰা হয় ।পুনৰ লক্ষীপথাৰ বনাঞ্চলত ডিগবৈ বন বিভাগৰ উপস্থিত মুকলি কৰি দিয়া হয়।পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু বিষাক্ত সাপৰ ভিতৰত"ৰজা ফেঁটী "সাপটো অন্যতম । #kingcobra
#savewildlife #viral
2
29
কপৌ ফুল বিক্ৰী কৰিব নোৱাৰা আইন কানুন এই নিয়ম বোৰ উঠাই দিয়া হল নেকি ? @CMOfficeAssam @himantabiswa @sarbanandsonwal @rashtrapatibhvn @narendramodi @PMOIndia
इस साल असम के काजीरंगा नेशनल पार्क में गैंडों की पहली हत्या।चार-पांच दिन पहले शिकारियों ने गैंडे को मार डाला था और उसके सींग लेकर फरार हो गए थे। घटना बगोरी रेंज के कथपारा वन छावनी क्षेत्र की है।वन विभाग अभी तक कोई सुराग नहीं लगा पाया है |
@rashtrapatibhvn @PMOIndia @narendramodi
As a human being It's our responsibility to take care of our Mother Nature !
If forests are destroyed at this pace, the Dihing Patkai rainforest will lose its balance
@himantabiswa @CMOfficeAssam
@mygovassam @AmDehing #SaveDehingPatkai #SaveEnvironmentForFuture
1
56
Do share 🙏
বনবিভাগৰ মুৰব্বী ৰ পৰা প্ৰশাসনৰ মুৰব্বী লৈকে সকলোৱে উচিত তদন্তৰ পৰিবৰ্তে ,বন ধ্বংসকাৰীক দিহিং পাটকাই পৰ্বতক ধ্বংস কৰিবলৈ উৎসাহিত কৰা নাই নে?
অতি সোনকালে CBI তদন্ত কৰি দুখীক শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ @CMOfficeAssam @himantabiswa @mygovassam @sarbanandsonwal
2
35
ধ্বংস মই দেখিছোঁ
হাল্লা মই কৰিছোঁ
হাল্লা মই কৰিলেও
ভ্ৰূক্ষেপে কৰা নাই
মানুহে বুজাইছে মোক সময় নষ্ট কৰিছ ভাই
যিমান মোক কলেও কিন্ত
মই শুনা নাই ভাই !!!
এনেকৈয়ে চৰকাৰে কয়লা মাফিয়াৰ হাতত পাটকাই পৰ্বতক ধ্বংস কৰিবলৈ গতাই দিছে নেকি ? @himantabiswa @CMOfficeAssam @mygovassam
39
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন সেউজীয়া পাটকাই পৰ্বতক কয়লা মাফিয়াক গতাই দি চকুৰ আগত এনেকৈয়ে ধ্বংস হবলৈ দিব নে? @himantabiswa @sarbanandsonwal @CMOfficeAssam @mygovassam
39
ভাৰত চৰকাৰে অসমত ঔপনিৱেশিক শাসনহে চলাই আছে সেয়েহে সাৰ্বভৌম স্বাধীন অসম মোৰ/আমাৰ কাম্য । @VoiceOfAxom @AxomBhumiputro @AssamAdda @NewAssam @muktakanto
43
কয়লা গাড়ীক চৰকাৰ , বন বিভাগ , প্ৰশাসনে ঠিকেই সুৰক্ষা প্ৰদান কৰে পিছে অসমত থকা আমাৰ ৰাষ্ট্ৰীয় সম্পদৰ সুৰক্ষা প্ৰদান কৰিবলৈ কাৰো সময় নাই | এই খন অসমত বন মাফিয়াই সুৰক্ষা পাই কিন্ত বন্য প্ৰাণীবোৰৰ সুৰক্ষা নাই ! @himantabiswa @CMOfficeAssam @mygovassam @rashtrapatibhvn
35
There is a lot of illegal coal mining in Margherita, Lidu ,Jagun, Lekhapani which is destroying the forests at a rampant pace. I urge the Government of Assam to stop the destruction of this forest as soon as possible🙏🏿 @rashtrapatibhvn @narendramodi @himantabiswa @CMOfficeAssam
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে Oil ক দুডালকৈ গেছ পাইপ লাইন স্থাপনৰ নামত 3000 গছ কাটিবলৈ অনুমতি দিছে তাৰে ভিতৰত 741 জোপা "অসমৰ ৰাজ্যিক হোলোং গছ" । @himantabiswa
@mygovassam @CMOfficeAssam #বনবন্ধু
#IamDehingPatkai
thenewsmill.com
26






































