Pranjit ৰুদ্ৰ Phukan retweeted
BJP got 11562.5 crores.
IT cell guys, who are getting just 2 rupees per tweet:
#ElectoralBondsCase
২০২৪ চনৰ নিৰ্বাচনৰ পিছত বিজেপি চৰকাৰে সংবিধানৰ আটাইতকৈ উল্লেখযোগ্য অংশ সংশোধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব যিটো ঐতিহাসিক হ’ব। এই ঐতিহাসিক সাংবিধানিক সংশোধনীৰ লগে লগে তেওঁলোকৰ পতন আৰম্ভ হ’ব৷...
হিন্দুৰাষ্ট্ৰ সম্ভৱ নে? সবিশেষ আজিৰ The Prime Showত।
#RanjanGogoi
136
আমাৰ পৰিৱেশ ব্যৱসায়ৰ অনুকূল নহয়। সকলোতে ছিণ্ডিকেট আছে গতিকে আমি দেখিবলৈ পাওঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বেছি। মূল সমস্যাবোৰ কেতিয়াও সমাধান নহয় কিন্তু জীয়াই ৰখা হয় কাৰণ সমাধান হ'লে তেওঁলোকৰ দোকান বন্ধ হৈ যাব।
67
Replying to @himantabiswa
@himantabiswa sir, আমাৰ অসমীয়া মানুহক উৎসাহিত কৰি আৰ্থিক সহায় আগবঢ়াব লাগে যাতে আমি সৰুৰ পৰা ডাঙৰ ব্যৱসায়, ঠিকাভিত্তিক ব্যৱসায়, ফেন্সি বজাৰৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে ব্যৱসায় আৰম্ভ কৰিব পাৰো। আমি নিজৰ বজাৰ দখল কৰিব লাগিব।
1
2
131
আৰু এনে কাণ্ডৰ বিৰুদ্ধেও কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহয়। আন বিজেপি শাসিত ৰাজ্য বা অন্য দলৰ শাসিত ৰাজ্য প্ৰথমে তেওঁলোকে সদায় নিজৰ মানুহক প্ৰথমে অগ্ৰাধিকাৰ দিয়ে।
1
53
হিন্দু ধৰ্ম আৰু নাৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছতো আইনৰ দ্বাৰা আজমলৰ বিৰুদ্ধে কোনো ব্যৱস্থা আৰম্ভ কৰা হোৱা নাই। ভাৰত মাতা কি জয় মাত্ৰ এটা শ্লোগান?
Pranjit ৰুদ্ৰ Phukan retweeted
SPECIAL BROADCAST: Don’t miss the story of the legendary Ahom general Lachit Borphukan, the greatest son of Assam on Saturday at 6 pm and Sunday at 10 am. Only on Republic.
Pranjit ৰুদ্ৰ Phukan retweeted
Arrival of Cherry Blossoms 🌸 in Shillong.
Follow/ Retweet us for more!
Photos by:
@travelmilitiavlogs
Pranjit ৰুদ্ৰ Phukan retweeted
Replying to @narendramodi
About 24 years ago, on a suggestion from Lt Gen Sinha, then Governor of Assam, I had got an important award instituted in National Defence Academy in the name of Lachit Borphukan, who fought and beat back Moghals' move into Assam @himantabiswa @CMOfficeAssam @PMOIndia
এনে লাগে যেন অসমৰ একাংশ লোকে অসমীয়া গৌৰৱময় ইতিহাস হজম কৰিব পৰা নাই যিটো ৰাষ্ট্ৰীয় খবৰত পৰিণত হৈছে। মইও এজন আহোম কিন্তু মই কেতিয়াও আহোম বুলি মোৰ পৰিচয় নিদিওঁ। এইটোৱেই আমাৰ বিশেষত্ব।
4
28
কিছুমান মই জানো যিয়ে অসমীয়া ভাষাৰ যোগ্যতা অৰ্জন কাগজৰ বিৰোধিতা কৰিছিল এতিয়া তেওঁলোকে ষ্টাফ কলেজত প্ৰশিক্ষণ লৈ আছে। গোচৰটোতো জয়ী হৈছিল। এজন সুবিধাবাদী হিচাপে ইয়াৰ বিৰোধিতা কৰি সেৱাত যোগদান কৰাটো ভাল।
1
8
















